ka jingmonka jingmut dur

ka jingmut (Khasi) [ Roman: ka.jing.mut]
Contributed by: Himasri Das on 2023-06-10
1. (Abstract Noun) a plan or technique of doing something that has come to or still in one's mind কাৰোবাৰ মানস পটত থকা কোনো কাম কৰাৰ উপায়

Contributed by: Himasri Das on 2023-06-11
2. Language-Linguistics(Abstract Noun) A system of objects or symbols, such as sounds or character sequences, that can be combined in various ways following a set of rules, especially to communicate thoughts, feelings, or instructions. কোনো দেশৰ মানুহ বা জাতিয়ে মনৰ ভাৱ প্ৰকাশ কৰা কথা; মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান প্ৰতীকচিহ্নৰ সমষ্টি, যিবোৰ ল’গ লগাই অৰ্থবহুলকৈ ভাৱাবেগ প্ৰকাশ কৰিব পাৰি অথবা নিৰ্দেশ, ধাৰণা আদি দিব পাৰি ৷

Contributed by: Himasri Das on 2023-08-06
3. (Abstract Noun) The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination. মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷

Contributed by: Himasri Das on 2023-07-09
4. (Abstract Noun) the faculty of imagining, or of forming mental images or concepts of what is not actually present to the senses. নেদেখা বা নোহোৱা কোনো বিষয়ে ভাবিব পৰা গুণ।

Contributed by: Himasri Das on 2023-08-08
5. (Abstract Noun) an idea of something formed by mentally combining all its characteristics or particulars সকলো দোষ-গুণ বা সবিশেষ তথ্য মনতে একেলগ কৰি কিহবাৰ বিষয়ে ধাৰণ কৰা মত